চলিত এছিয়া কাপ ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে অধিনায়কৰ ৰূপত দেখা গ’ল ধোনীক

চলিত এছিয়া কাপ ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে অধিনায়কৰ ৰূপত দেখা গ’ল ধোনীক

বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ চলিত এছিয়া কাপ ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে অধিনায়কৰ ৰূপত দেখা গ’ল ধোনীক । ধোনীয়ে ২০১৭ চনৰ জানুৱাৰী মাহত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলৰ অধিনায়কৰ দায়িত্ব এৰিছিল যদিও মঙ্গলবাৰে হঠাৎ সকলোকে আচৰিত কৰি ভাৰতীয় টীম মেনেজমেন্টে ধোনীক অধিনায়কৰ দায়িত্ব অৰ্পণ কৰে। SPORTS DESK, GUWAHATI TIMES

পাচঁগ্ৰাম কাগজ কল কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল ৰাষ্ট্ৰীয় ঘাইপথ।

পাচঁগ্ৰাম কাগজ কল কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল ৰাষ্ট্ৰীয় ঘাইপথ।

বিগ ব্ৰেকিং নিউজ গুৱাহাটী টাইমচ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ পাচঁগ্ৰাম কাগজ কল কৰ্মচাৰীৰ। পাচঁগ্ৰাম কাগজ কল কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল ৰাষ্ট্ৰীয় ঘাইপথ। পাচঁগ্ৰাম কাগজ কল পুনৰ আৰম্ভ কৰাৰ দাবীত আজি পুৱা 9 বজাৰপৰা চাৰিঘন্টিয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে কৰ্মচাৰীয়ে। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ