দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় বেছিভাগৰে ৰাতিপুৱা উঠি চাহ খোৱাৰ অভ্যাস আছে। তাৰে বহু লোকে খালী পেটত চাহ খায়। শেহতীয়া কিছু অধ্যয়নত কোৱা হৈছে যে অত্যধিক খালী পেটত চাহ খোৱাৰ অভ্যাস শৰীৰৰ বাবে ক্ষতিকাৰক। বিশেষকৈ গ্ৰীষ্মকালত চাহ খোৱাৰ আগতে আপুনি একো গধুৰ নখালেও চাহৰ সৈতে অন্ততঃ এখন বিস্কুট খোৱাটো গুৰুত্বপূৰ্ণ। যেতিয়া
নহৰুৰ গুণাগুণ সকলোৱে জানে। নহৰুৰ অনেক ঔষধি গুণ আছে যি হৃদৰোগ, কৰ্কট আদিৰ দৰে ৰোগৰ পৰা ৰক্ষা কৰাৰ বাবে উপযোগী। ৰাতিপুৱা খালি পেটত একোঁহ বা দুকোঁহ নহৰু খালে কাহ চৰ্দি কমাব পাৰে। উচ্চ ৰক্তচাপ থকা সকলেও নহৰু দুকোঁহ নিয়মীয়াকৈ খাব পাৰে। বিশেষজ্ঞৰ মতে নহৰু পুৱাতেই যে খাব লাগিব তেনে নহয়,
গুড় কুঁহিয়াৰৰ পৰা প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা হয়। বহুলোকে খাদ্যসামগ্ৰী হিচাপে গুড় ব্যৱহাৰ কৰা হয়। বিভিন্ন ধৰণৰ জা-জলপাণ, পিঠা-পনাত গুৰ ব্যৱহাৰ কৰা দেখা যায়। সাধাৰণতে গ্ৰামাঞ্চলৰ লোক সকলে বেছিকৈ গুড় ব্যৱহাৰ কৰে যদিও আজিকালি স্বাস্থ্যবৰ্ধক গুণাগুণেৰে সমৃদ্ধ হোৱাৰ বাবে চহৰাঞ্চলৰ লোকেও খাদ্য হিচাপে গুড়ৰ ব্যৱহাৰ কৰে। গুড়ৰ গুণাগুণৰ বিষয় আপুনি জানেনে
বিট শীতকালীন পাচলি যদিও বছৰৰ সকলো সময়তে বজাৰত বিট পোৱা পোৱা যায়। বিটত প্ৰচুৰ পৰিমাণে আইৰণ, কেলছিয়াম, মেগনেছিয়াম, ভিটামিন-এ আদি উপাদান পোৱা যায়। ৰক্তহীনতা, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, থাইৰয়ড আদি সমস্যাৰ বাবে বিট অতি উপকাৰী। বিট নিয়মিয়াকৈ খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে। ৰক্তহীনতাৰ সমস্যা দূৰ হয়, হাড়ৰ গঠন মজবুত হয়।
আয়ুবেৰ্দত নহৰুৰ বিশেষ ভূমিকা আছে। নিয়মীয়াকৈ ১/২ কোহ কেঁচা নহৰু খোৱাটো আমাৰ শৰীৰৰ বাবে অতি উপকাৰী। নহৰুৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। প্ৰতি দিনে পুৱা ১/২ কোহ নহৰু গৰম পানীৰ লগত খালে শৰীৰৰ পৰা দূষিত পদাৰ্থ বাহিৰ কৰাত সহায় কৰে। শৰীৰত তেজ পৰিশোধন হয়। ছাল সতেজ হয়। শৰীৰৰ তেজ চলাচল