টিভিত চিনেমা চোৱা, ধাৰাবাহিক চোৱা আৰু ৰেডিঅ’ত গান শুনা… এই সকলোবোৰ এক পুৰণি যুগৰ কথা হৈ পৰিছে। বৰ্তমান যুগটো ৰীলছ্ হৈ পৰিছে। শিশু, বৃদ্ধৰ পৰা আৰম্ভ কৰি যুৱ প্ৰজন্মই বৰ্তমান ৰিল চোৱাতে ব্যস্ত হৈ পৰিছে। ৰীলছ্ চোৱাত সাধাৰণভাবে ব্যস্ত নহয়, সম্পূৰ্ণভাবে ব্যস্ত হৈ যায়…শুৱাৰ সময়ত, উঠাৰ সময়ত, খোৱাৰ সময়ত, ক’ৰবালৈ
চাণক্যই নিজৰ অৰ্থশাস্ত্ৰ আৰু নীতিৰ জৰিয়তে আমাৰ জীৱনৰ প্ৰতিটো দিশ সমৃদ্ধ কৰিছে। আজিও চাণক্যৰ নীতি অনুসৰণ কৰি বহুতো সমস্যাৰ সৰল সমাধান বিচাৰি উলিয়াব পাৰি। চাণক্যই পৰামৰ্শ দিয়া কথাবোৰ ইমানেই ফলপ্ৰসূ যে আজিও মানুহে সেইবোৰ জীৱনত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰে। বিপৰীত লিংগক আকৰ্ষণ কৰাটো হৈছে জগতৰ নিয়ম, আৰু ইয়াৰ ফলস্বৰূপেই পৰৱৰ্তী
জ্যোতিষৰ মতে ২০২৪ চনত কৰ্কট ৰাশিৰ জাতক-জাতিকাই মিশ্ৰিত ফলাফল লাভ কৰিব। কেইবাটাও কাৰণত জাতক-জাতিকাৰ ক্ষতি হ’ব পাৰে। গতিকে, অহা বছৰত কৰ্কট ৰাশিৰ জাতক-জাতিকাসকল অলপ সাৱধানে থকা উচিত। ২০২৪ চনৰ নতুন বছৰ আৰম্ভ হ’বলৈ ওলাইছে। নতুন বৰ্ষ আৰম্ভণিৰ প্ৰাকক্ষণত প্ৰতিটো ৰাশিৰ জাতক-জাতিকাই জানিব বিচাৰে যে আগন্তুক ১২ মাহ কেনেকুৱা হ’ব। আচলতে
বাৰ্ষিক ৰাশিফল ২০২৪/Horoscope 2024 গ্ৰহ আৰু নক্ষত্ৰৰ গতিবিধিৰ ওপৰত ভিত্তি কৰি গ্ৰহ আৰু নক্ষত্ৰৰ অৱস্থান আৰু বিভিন্ন ৰাশিৰ ওপৰত প্ৰভাৱ বিবেচিত কৰা হয়। ই জীৱনৰ পৰিয়াল, বিবাহ, প্ৰেম, শিক্ষা, কেৰিয়াৰ, বিত্ত, ধন-সম্পত্তি, স্বাস্থ্য আদিৰ দৰে দিশসমূহৰ অত্যাৱশ্যকীয় অন্তৰ্দৃষ্টি প্ৰদান কৰে। এই বছৰেকীয়া ৰাশিফলৰ লক্ষ্য হৈছে ১২টা ৰাশিৰ সকলোকে গুৰুত্বপূৰ্ণ তথ্য
আজিকালি বাতৰি কাকতৰ পৃষ্ঠা খুলিলে বিচ্ছিন্নতা সম্পৰ্কীয় বিভিন্ন তথ্য আমাৰ সন্মুখত আহে। এতিয়া ই এক অতি চিনাকি শব্দ। সংগী হোৱাৰ পিছত আন কাৰোবাৰ প্ৰেমত পৰাটো নিশ্চিতভাৱে ভাল কথা নহয়। সমাজত ইয়াক অন্যায় হিচাপে দেখা যায়। পৰকীতৰ আগ্ৰহী তথাপিও এনেকুৱা বহুত মানুহ আছে যিয়ে জীৱন সংগী থকাৰ পিছতো আন পুৰুষ-মহিলাৰ প্ৰতি