নিউজ ব্যুৰ’,নগাঁও,১৪ডিচেম্বৰ :–নগাঁও জিলাৰ কন্দলী পথাৰত গুৰুতৰ আঘাতৰ সৈতে যুঁজি থকা বন্যহস্তী ক্ৰমান্বয়ে সুস্থ হৈছে। নগাঁও কন্দলীৰ চোৱাং বনাঞ্চলত কোনো দুৰ্বৃত্তই আঘাত কৰাৰ ফলত বিগত এমাহ ধৰি বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীটো যন্ত্ৰণাত চিৎকাৰ কৰি ফুৰিছিল।স্থানীয় বন বিভাগৰ এটা দলে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিছিল যদিও আঘাত গুৰুত্বৰ হোৱাৰ বাবে
ভগৱান শিৱৰ সাধনা কৰিলে-ভক্তসকলৰ সকলো ধৰণৰ দুখৰ পৰা মুক্তি পোৱা যায়।লগতে-সকলো ফালৰ পৰা বিজয় প্ৰাপ্ত হয়।মান্যতা অনুসাৰে-ভগৱান শিৱৰ সাধকসকলৰ কেতিয়াও পৰাজয় নহয়।( Religious Studies) *ভগৱান শিৱৰ পূজা কৰিলে-কোনো ধৰণৰ ৰোগ নাথাকে।শিৱ ভক্তসকল-তেওঁৰ কৃপাৰ দ্বাৰা ৰোগ মুক্ত থাকে।কাৰণ-তেওঁ বৈদ্যনাথ হয়। *ভগৱান শিৱৰ পূজাৰ দ্বাৰা-ভক্তসকলৰ আত্মবল বৃদ্ধি হয়।লগতে-অদ্ভুত উৰ্জা,বল,আৰু সাহসৰ অনুভূতি হয়।
যোৰহাটত সেনা শিবিৰৰ সমীপত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। চহৰখনৰ লিচুবাৰীস্থিত ভাৰতীয় সেনা বাহিনীৰ ৪১ চাব এৰিয়া ৰূপে পৰিচিত মিলিটেৰী ষ্টেচনৰ প্ৰৱেশদ্বাৰৰ সমীপত চৌহদৰ ভিতৰত বৃহস্পতিবাৰে নিশা প্ৰায় ৭ বাজি ২০ মিনিটত বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এই বিস্ফোৰণে সমীপৰ অঞ্চলটো কপাই তোলে। এই বিস্ফোৰণত সেনা ছাউনীৰ পকীবেৰাৰ ভিতৰফালে থকা এটা ডাষ্টবিন
বলীউডৰ জনপ্ৰিয় অভিনেতা শ্ৰেয়াছ তালপাডে হাৰ্ট এটেকত আক্ৰান্ত হৈছে। ৪৭ বছৰীয়া অভিনেতাগৰাকীয়ে বৃহস্পতিবাৰে সন্ধিয়া শ্বুটিংৰ পৰা ঘৰলৈ উভতাৰ পিছত অসুস্থতা অনুভৱ কৰে আৰু মাটিত ঢলি পৰে। অভিনেতাজনক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পিছত মুম্বাইৰ আন্ধেৰী পশ্চিমৰ বেলভিউ হাস্পতালত বৃহস্পতিবাৰে নিশা প্ৰায় ১০ বজাত শ্ৰেয়াছৰ এঞ্জিওপ্লাষ্টি কৰা হয়। চিকিৎসালয়
মেষ ৰাশি: শ্ৰীগণেশে কৈছে, আজি আপুনি কিছুমান চৰকাৰী আঁচনিৰ সুবিধা পাব পাৰে। আজি কিছুমান বাকী থকা চুক্তি চূড়ান্ত হ’ব, যিয়ে আপোনাক সুখী কৰিব। সন্তানৰ ফালৰ পৰা কিছু শুভ কাম হ’ব। শুভ ব্যয়ৰ বাবে সমাজত আপোনাৰ খ্যাতি বৃদ্ধি পাব। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটাৰ বাবে আপুনি ব্যস্ত হৈ থাকিব।