কন্যাৰ শোৱনী কোঠালৈ গৈছিল মাতৃ, কিন্তু দৰজা খুলিয়েই চকু কপালত উঠিল মাতৃৰ, মাত্ৰ ২০ বছৰ বয়সতে এই কাণ্ড!

কন্যাৰ শোৱনী কোঠালৈ গৈছিল মাতৃ, কিন্তু দৰজা খুলিয়েই চকু কপালত উঠিল মাতৃৰ, মাত্ৰ ২০ বছৰ বয়সতে এই কাণ্ড!

শিশু কেনেকুৱা হ’ব সেয়া নিৰ্ভৰ কৰে তেওঁলোকক ঘৰখনে দিয়া সংস্কাৰৰ ওপৰত। যদি শিশুৱে সঠিক সংস্কাৰ নাপায় তেন্তে প্ৰতিবাৰেই তেওঁলোকৰ ভুলৰ বাবে আপোনাক দোষাৰোপ কৰা হ’ব। ভাল কাম কৰিলে প্ৰশংসাও লাভ কৰে ঘৰখনে। সেইবাবেই প্ৰতিবাৰেই তেওঁলোকৰ বেয়া অভ্যাসক সমালোচনা কৰা হয়। কিন্তু এগৰাকী মাতৃৰ লগত এনেকুৱা এটা ঘটনা ঘটিল যে যিকোনো

বেলতলা: ডিঙিৰ পৰা সোণৰ চেইন টানি উধাও চিলনী চোৰ

বেলতলা: ডিঙিৰ পৰা সোণৰ চেইন টানি উধাও চিলনী চোৰ

মহানগৰীত পুনৰ সংঘটিত হৈছে চেইন চুৰিৰ ঘটনা । মহানগৰীৰ বেলতলাত দেওবাৰে পুৱাৰ ভাগতে সংঘটিত হয় এই ঘটনা । জানিব পৰা মতে, বেলতলাৰ উদয়ন পথৰ লক্ষ্মী দেৱী নামৰ এগৰাকী বৃদ্ধাই আনদিনাৰ দৰে প্ৰাতঃ ভ্ৰমণৰ বাবে ওলাই আহিছিল । তেনে সময়তে বাইকত অহা হেলমেট পৰিহিত দুই যুৱকে বৃদ্ধাগৰাকীৰ ডিঙিৰ পৰা সোণৰ চেইন

মুক্তিৰ প্ৰথম দিনাই যতীন বৰাৰ ‘ৰাঘৱ’-এ ব্যৱসায় কৰিলে ৩০.৪ লাখ টকা

মুক্তিৰ প্ৰথম দিনাই যতীন বৰাৰ ‘ৰাঘৱ’-এ ব্যৱসায় কৰিলে ৩০.৪ লাখ টকা

মুক্তিৰ প্ৰথম দিনাই যতীন বৰাৰ ‘ৰাঘৱ’-এ ব্যৱসায় কৰিলে ৩০.৪ লাখ টকা। ফেচবুকত এই কথা জনালে অসম চলচ্চিত্ৰ আৰু বিত্ত নিগমৰ অধ্যক্ষ সীমান্ত শেখৰে।

ঘোষণা।গাজাৰ নাগৰিকক সহায়ৰ হাত আগবঢ়াব এলন মাস্কে।

ঘোষণা।গাজাৰ নাগৰিকক সহায়ৰ হাত আগবঢ়াব এলন মাস্কে।

ইজৰাইলক প্ৰত্যাহ্বান জনাই অন্যতম ধনাঢ্য ব্যক্তি এলন মাস্কৰ ডাঙৰ ঘোষণা।গাজাৰ নাগৰিকক সহায়ৰ হাত আগবঢ়াব এলন মাস্কে।গাজাত এলন মাস্কে আগবঢ়াব ইণ্টাৰনেট সেৱা।

কেৰালাত ধাৰাবাহিক বোমা বিস্ফোৰণ…

কেৰালাত ধাৰাবাহিক বোমা বিস্ফোৰণ…

কেৰালাত ধাৰাবাহিক বোমা বিস্ফোৰণ। হামাছ নেতাই প্ৰতিবাদী সভাত ভাৰ্চুৱেলী অংশগ্ৰহণৰ এদিন পাছতেই ভয়ংকৰ বিস্ফোৰণ।খ্ৰীষ্টান ধৰ্মীয় এক কাৰ্যসূচীত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা।