৪৩ বিধ পাণ মছলাত ভয়ংকৰ ৰাসায়নিক, পাণ মছলাত বিষাক্ত মেগনেছিয়াম কাৰ্বনেট

৪৩ বিধ পাণ মছলাত ভয়ংকৰ ৰাসায়নিক, পাণ মছলাত বিষাক্ত মেগনেছিয়াম কাৰ্বনেট

▶️ পৰীক্ষণৰ পিছত উচ্চ ন্যায়ালয়ত তথ্য ▶️ ৭ দিনৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ ৰাজ্য চৰকাৰক ▶️ বিমল, শিখৰ, ৰজনীগন্ধা আদিত মেগনেছিয়াম কাৰ্বনেট ▶️ যুৱনেতা জিতুল ডেকাই গুৱাহাটী হাই ক’ৰ্টত তৰিছিল গোচৰ

দেশত বন্ধ হ’ব ডিজেল গাড়ী ?

দেশত বন্ধ হ’ব ডিজেল গাড়ী ?

দেশত ডিজেল গাড়ীৰ নিৰ্মাণক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্থল পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। ভাৰতীয় গাড়ী নিৰ্মাতাক ইতিমধ্যে ডিজেল গাড়ী নিৰ্মাণৰ বিৰুদ্ধে সকীয়নি দিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীৰ মতে গাড়ী নিৰ্মাতাসকলে ডিজেল গাড়ীৰ নিৰ্মাণ বন্ধ নকৰিলে কেন্দ্ৰীয় চৰকাৰে এনেকৈ কৰ বৃদ্ধি কৰিব, যাতে ডিজেল গাড়ী বিক্ৰীৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় গাড়ী

মেহেক শৰ্মাৰ হত্যাকাৰী আজিজে কেনেকৈ জালত পেলাইছিল সুন্দৰী যুৱতীক?

মেহেক শৰ্মাৰ হত্যাকাৰী আজিজে কেনেকৈ জালত পেলাইছিল সুন্দৰী যুৱতীক?

ডিব্ৰুগড়ৰ মেহেক শৰ্মাৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে (Mehek Sharma Murder case)। প্ৰেমিকা হত্যাকাণ্ডৰ অভিযুক্ত আজিজ আহমেদ ওৰফে মুন্নাৰ বিৰুদ্ধে পোহৰলৈ আহিছে ন ন কু-কীৰ্তি। পঞ্জাৱৰ পৰা উভতি আহি সংবাদ মাধ্যমৰ আগত মুখ খুলিলে হত্যাৰ বলি হোৱা যুৱতীগৰাকীৰ বায়েকে। জুৱাৰ আড্ডাৰ পৰা আৰম্ভ কৰি কৌশলেৰে বহু যুৱতীক ভুৱা প্ৰেমৰ জালত

এইবাৰ ১৮ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা…

এইবাৰ ১৮ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা…

বিশ্বকৰ্মা হৈছে স্থাপত্যৰ দেৱতা । বিশ্বব্ৰহ্মাণ্ডৰ স্থপতিবিদ বিশ্বকৰ্মাৰ জন্মদিনৰ প্ৰতি সমৰ্পিত হিন্দুসকলৰ এয়া এক উৎসৱ । পূৰ্বৰ প্ৰায়বোৰ বছৰবোৰত ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ আহিছিল বিশ্বকৰ্মা পূজা। ভাদ মাহৰ সংক্ৰান্তিত বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰাৰ নিয়ম চলি আহিছে। পিছে এইবাৰ ১৭ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হব বিশ্বকৰ্মা পূজা। ভগৱান বিশ্বকৰ্মাৰ