ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ আজি ৯৭ সংখ্যক ওপজা দিন

ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ আজি ৯৭ সংখ্যক ওপজা দিন

শুকুৰবাৰে ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ওপজা দিন। যিগৰাকী মহান শিল্পীক বাদ দি অসমীয়াৰ নক্সা কেতিয়াও তৈয়াৰ কৰিব নোৱাৰি সেইগৰাকী শিল্পীৰ আজি ৯৭ সংখ্যক ওপজা দিন। যুগজয়ী, চিৰসেউজ গীতেৰে শতসহস্ৰ জনক মোহাচ্ছন্ন কৰি ৰখা ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক গীত-মাত, বিভিন্ন অনুষ্ঠানেৰে আজি স্মৰণ কৰিব গুণমুগ্ধসকলে। বিশ্ববিখ্যাত শিল্পীগৰাকীৰ ওপজা দিনটো উলহ-মালহেৰে

গ্ৰীষ্ম কালত কেনেকৈ ছালখন সতেজ কৰি ৰাখিব আপুনি?

গ্ৰীষ্ম কালত কেনেকৈ ছালখন সতেজ কৰি ৰাখিব আপুনি?

গ্ৰীষ্ম কালৰ আগমণৰ লগে লগে ছালৰ ভিন্ন ৰোগে দেখা দিয়ে । গ্ৰীষ্ম কালত কেনেকৈ ছালখন সতেজ কৰি ৰাখিব আপুনি?গ্ৰীষ্মকালত ছালৰ যত্ন লোৱাটো যিহেতু অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে সেয়েহে গৰম দিনত সকলোতকৈ আৱশ্যকীয় সামগ্ৰীবিধে হৈছে পানী।   পৰ্যাপ্ত পৰিমানে পানী সেৱন কৰি আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখক৷গৰমৰ এই সময়ত পানী

সুন্দৰীৰ ভিডিঅ’ কলিঙৰ জালত শিৱসাগৰৰ যুৱক

সুন্দৰীৰ ভিডিঅ’ কলিঙৰ জালত শিৱসাগৰৰ যুৱক

  শিৱসাগৰত সম্প্ৰতি ভয়ংকৰ ৰূপত শিপাবলৈ ধৰিছে চাইবাৰ অপৰাধীয়ে ৷ অসম আৰক্ষীয়ে চাইবাৰ অপৰাধ ৰূধিবলৈ ন ন প্ৰতিৰোধমুলক প্ৰযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ মাজতেই শিৱসাগৰত সুন্দৰী যুৱতীৰ বেশেৰে পেলোৱা জালত জিলাখনৰ শ শ যুৱক সৰ্বস্ৰান্ত হোৱাৰ বিস্ফোৰক খবৰে এতিয়া তোলপাৰ লগাইছে জিলাখনত৷ আন নালাগে পৰিস্থিতি ইমানেই ভয়ংকৰ হৈ উঠিছে যে, মুখ

কাকপথাৰত ট্রাকে মহটিয়াই নিলে এখন মেজিক বাহন, নিহত ৭ জন

কাকপথাৰত ট্রাকে মহটিয়াই নিলে এখন মেজিক বাহন, নিহত ৭ জন

মঙলবাৰে নিশা কাকপথাৰ বৰডিৰাকত ট্ৰাক আৰু টাটা মেজিকৰ খুন্দাত নিষ্ঠুৰ নিয়তিয়ে অকালতে কাঢ়ি লৈ গ’ল ৭ গৰাকীকৈ লোকক। আহত হ’ল ১২ গৰাকী লোক। নিহতসকল ক্ৰমে, পবেন মৰাণ (ড্ৰাইভাৰ), মিহিধৰ নেওগ, কুলাই মেছ, যাদৱ টাই, বিনিতা(বিলি) বৰুৱা, ৰিণা গগৈ, পল্লৱী দহোতীয়া ৰাভা। আহতসকল ক্ৰমে, অতুল গগৈ, বুৰঞ্জীত মৰাণ, জোনালী মৰাণ, বিকাশ

শিক্ষক-ছাত্ৰীৰ পৱিত্ৰ সম্পৰ্কত কালিমা সানিলে প্ৰধান শিক্ষকে

শিক্ষক-ছাত্ৰীৰ পৱিত্ৰ সম্পৰ্কত কালিমা সানিলে প্ৰধান শিক্ষকে

শিক্ষক আৰু শিক্ষাৰ্থীৰ পবিত্ৰ বন্ধনক কালিমা সানিলে লম্পট প্ৰধান শিক্ষকে ৷ নিজ বিদ্যালয়ৰে কণমানি ছাত্ৰীৰ ওপৰত যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল ৰঙিয়াৰ চিকনিবাৰী ঘোগাপাৰ এল পি স্কুলৰ প্ৰধান শিক্ষক দয়াল চৰকাৰ ৷ পৰিয়ালৰ অভিযোগ অনুসৰি, বিদ্যালয় চুটিৰ পিছত বিদ্যালয় চাফা কৰাৰ অজুহাত দেখুৱাই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী এগৰাকীক ৷ ইয়াৰ