24.7 C
Assam
Monday, November 28, 2022

Featured News

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

নগাঁৱৰ জামুগুৰি দঘাট চুবুৰীৰ ২৪০ বছৰীয়া নামঘৰৰ প্ৰতিষ্ঠা দিৱস

15-year-old government vehicles will be scrapped: Nitin Gadkari

Union minister Nitin Gadkari today (November 25)...

কেঁচা পনীৰ খালে হয় এই চাৰিটা লাভ, নিয়ন্ত্ৰণত থাকে ওজন!

পনীৰ ভাৰতীয়সকলৰ প্ৰিয় ব্যঞ্জনবোৰৰ ভিতৰত অন্যতম। পনীৰ...

Paris Fashion Week: দুবছৰৰ অন্তত ঐশ্বৰ্যৰ ৰেম্প ৱাক

Assamese NewsParis Fashion Week: দুবছৰৰ অন্তত ঐশ্বৰ্যৰ ৰেম্প ৱাক
দেওবাৰে L’Oréal Runway Showৰ 50 তম বাৰ্ষিকীত উপস্থিত থকা এ-লিষ্টাৰসকলৰ ভিতৰত আছিল Bollywood Diva ঐশ্বৰ্য ৰায় বচ্চন(Aishwarya Rai Bachchan) । ঐশ্বৰ্যৰ সৈতে স্বামী অভিষেক বচ্চন আৰু কন্যা আৰাধ্যা বচ্চনকো দেখিবলৈ পোৱা গৈছিল ৷ দুবছৰৰ অন্তত এইদৰে ফেশ্বন শ্ব’ত ভাগ ল’বলৈ পাই সুখী অনুভৱ কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ পেৰিছত অনুষ্ঠিত হোৱা L’Oréal Fashion Weekত ভাগ লয় মিছ ৱৰ্ল্ড ঐশ্বৰ্যই ৷ পিন্ধনত তেওঁক এটা বগা ৰঙৰ গাউন পিন্ধা পৰিলক্ষিত হৈছে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: