25.7 C
Assam
Sunday, April 2, 2023

Featured News

Navjot Singh Sidhu released from Patiala Jail, was sentenced in road rage case

Cricketer-turned-politician Navjot Singh Sidhu was released from...

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল গীতাঞ্জলি দাসে

হাত দাঙিলে কমলপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডল...

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ!

এইবাৰ পলাশবাৰীৰ চৰত প্ৰশাসনৰ উচ্ছেদ। নাৱত উঠি...

ৰঙিয়া: ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যৰ চৌদিশে উখল–মাখল পৰিৱেশ

Assamese Newsৰঙিয়া: ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যৰ চৌদিশে উখল–মাখল পৰিৱেশ

ৰঙৰ উৎসৱ ফাকুৱাক লৈ ৰাজ্যৰ চৌদিশে উখল–মাখল পৰিৱেশ । ৰঙিয়াৰ বঙালীকুছিত ৰাজহুৱা দৌল মহোৎসৱৰ শতবৰ্ষীয় ৰঙৰ উৎসৱ হোলী উদযাপন । দৌল উৎসৱৰ লগত সংগতি ৰাখি যুৱতী-মহিলা ভক্ত সকলে আৰিয়া প্ৰজ্বলন কৰে । মনোবাঞ্চা পূৰণাৰ্থে ভক্ত সকলে শংকু আকৃতিৰ চাকি জ্বলায় । লোকবিশ্বাস অনুসৰি এনেদৰে আৰিয়া প্ৰজ্বলন কৰিলে ভক্তৰ মনোকামনা পূৰণ হয় । ১৯ ফাগুনৰ পৰা পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই দৌল মহোৎসৱৰ আয়োজন কৰা হৈছে । ফাকুৱাৰ উৎসৱে সকলোৰে মাজত ভাতৃত্ববোধৰ এনাজৰী অধিক শক্তিশালী কৰাৰ লগতে অপায়-অমংগল দূৰ হোৱাৰ কামনা কৰে বঙালীকুছি বাসীয়ে ।

ৰিজাউল হাচান,ৰঙিয়া ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!