ৰঙিয়াত দুস্প্ৰাপ্য এশিঙীয়া গঁড়ৰ খৰ্গ উদ্ধাৰ ।

ৰঙিয়াত দুস্প্ৰাপ্য এশিঙীয়া গঁড়ৰ খৰ্গ উদ্ধাৰ ।

নিশা ৰঙিয়া আৰক্ষীয়ে গোপন অভিযান চলাই উদ্ধাৰ কৰে এই খৰ্গতো ।

জেহৰুল ইছলাম নামৰ এজন লোকে এখন i10 বাহনত লৈ যায় আছিল খৰ্গতো ।

বাহন খনৰ পঞ্জীয়ন নম্বৰ হৈছে ML05H9336

আৰক্ষীয়ে ইতিমধ্যে বন বিভাগক চমজাই দিয়ে খৰ্গতো ।

পৰীক্ষাৰ পিছতহে কব পৰা যাব খৰ্গতো আচল নে নকল ।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান

GTM Desk

Related