ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা

দুখন বাছৰ মাজত সংঘৰ্ষ

27 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা

প্ৰায় ২০ গৰাকী যাত্ৰী আহত

বৰপেটা অভিমুখে গৈ থকা আলট্ৰা বাছে ৰঙিয়াৰ চাৰ্ছ পাব্লিক স্কুলৰ খালী বাছ এখনত খুন্দিয়াই

আহত সকলক চিকিৎসালয়ত ভৰ্তি

ৰঙিয়াৰ পৰা ৰিজাউল হাচান

GTM Desk

Related