ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা!

0 min read

ৰঙিয়াৰ চেপ্তিত পথ দুৰ্ঘটনা

দুখন বাছৰ মাজত সংঘৰ্ষ

27 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনা

প্ৰায় ২০ গৰাকী যাত্ৰী আহত

বৰপেটা অভিমুখে গৈ থকা আলট্ৰা বাছে ৰঙিয়াৰ চাৰ্ছ পাব্লিক স্কুলৰ খালী বাছ এখনত খুন্দিয়াই

আহত সকলক চিকিৎসালয়ত ভৰ্তি

ৰঙিয়াৰ পৰা ৰিজাউল হাচান

You May Also Like

More From Author