29.8 C
Assam
Friday, August 19, 2022

Featured News

Two arrested for cattle smuggling in Assam

Assam Police on Thursday arrested two persons...

Assam: 3 nabbed for rhino horn smuggling near Kaziranga

Forest officials in Assam caught three persons...

RSSৰ মূৰব্বী মোহন ভাগৱত কোভিড পজিটিভ |

Assamese NewsRSSৰ মূৰব্বী মোহন ভাগৱত কোভিড পজিটিভ |

RSSৰ মূৰব্বী মোহন ভাগৱতৰ দেহত ধৰা পৰিছে কোভিড-১৯ পজিটিভ। বৰ্তমান তেওঁ নাগপুৰৰ এখন ব্যক্তিগত হাস্পাতলত চিকিৎসাধীন হৈ আছে।

মোহন ভাগৱত সামান্য কাহ আৰু চৰ্দিত ভূগিছিল আৰু আৰটি-পিচিআৰ টেষ্ট কৰাইছিল। তাৰপিছতেই তেওঁৰ দেহত ধৰা পৰে কৰোনাৰ অৱস্থিতি।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: