২২ নৱেম্বৰত অনুষ্ঠিত হ’ব SI লিখিত পৰীক্ষা

২২ নৱেম্বৰত অনুষ্ঠিত হ’ব SI লিখিত পৰীক্ষা

গুৱাহাটী: অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ বাতিল হোৱা লিখিত পৰীক্ষাৰ পুনৰ দিন ঘোষণা।অহা ২২ নৱেম্বৰত অনুষ্ঠিত হ’ব পৰীক্ষা।প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে এই কথা ঘোষণা কৰিলে অসম আৰক্ষীৰ নিযুক্তি বৰ্ডে।

উল্লেখ যে যোৱা ২০ ছেপ্টেম্বৰত প্ৰশ্ন কাকত ফাদিলৰ পিছত বাতিল হৈছিল পৰীক্ষা।

৫৯৭টা পদৰ বাবে অনুষ্ঠিত হ’ব পৰীক্ষা।

উল্লেখ যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩০ নৱেম্বৰৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল বিভাগক।

Desk Editor

Related