Advertisement

অসম কন্যা সুৰভী দাসলৈ ফ্ৰেচ ফেচ অৱ দ্য ইয়েৰ সন্মান

অসম কন্যা সুৰভী দাসলৈ ফ্ৰেচ ফেচ অৱ দ্য ইয়েৰ সন্মান

হিন্দী ধাৰাবাহিকত নিজৰ ব্যতিক্ৰমী অভিনয়ৰ জৰিয়তে দপদপাই থকা অসম জীয়ৰী সুৰভি দাসলৈ বিশেষ সন্মান ৷

মনোৰঞ্জনধৰ্মী চেনেল ‘কাৰ্লাচ টিভিত সম্প্ৰচাৰ হোৱা জনপ্ৰিয় ধাৰাবাহিক’নিমা ডেনজংপা’ৰ বাবে ‘ফ্ৰেচ ফেচ অৱ দ্য ইয়েৰ’ এৱাৰ্ড লাভ কৰিলে সুৰভিয়ে ৷

Shahnawaz Hamza

Related