Tag: assam

এইবাৰ ৰঙালী বিহুৰ মঞ্চত সুৰৰ লহৰ তুলিবলৈ আৰু নাই ৰাজকুমাৰ ।

এইবাৰ ৰঙালী বিহুৰ মঞ্চত সুৰৰ লহৰ তুলিবলৈ আৰু নাই ৰাজকুমাৰ ।

এইবাৰ ৰঙালী বিহুৰ মঞ্চত সুৰৰ লহৰ তুলিবলৈ আৰু নাই ৰাজকুমাৰ । নগাঁৱৰ বিশিষ্ট বাদ্যযন্ত্ৰৰ শিল্পী ৰাজকুমাৰ মল্লৰ মৃত্যু । শনিবাৰে নগাঁৱৰ তেলীয়াগাঁৱত সংঘটিত এক দুৰ্ঘটনাত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছিল শিল্পীগৰাকী ।