In follow up investigation of yesterday’s recovery of one AK 56 Rifle and one 7.65 MM pistol from Rohiton Narzary (33yrs), S/O Late Dharamdas Narzary of Oxiguri village under Soraibil BOP of Gossaigaon PS, another AK 56 Rifle, 03 (three) magazines and 90 rounds of ammunition were further recovered from
Tag: assampolice
৪৯গৰাকী আৰক্ষী অধীক্ষকক ৰদবদল-পদোন্নতি। কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ভিএছপি গাঞ্জাৱালাক অসম আৰক্ষীৰ পূব মণ্ডলৰ DIGলৈ পদোন্নতি। শোণিতপুৰৰ আৰক্ষী অধীক্ষক পৃথ্বীপাল সিঙক পদোন্নতিসহ DIG(নিৰাপত্তা) পদলৈ বদলি। সত্যজিত হাজৰিকাক BTADৰ DIG পদলৈ পদোন্নতি। ,শ্যামলপ্ৰসাদ শইকীয়াক গৃহৰক্ষী বিভাগৰ DIG পদলৈ, লুইছ আইন্দক DIG(NER) পদলৈ, এম. আই মণ্ডলক দুৰ্নীতি নিবাৰকৰ DIG পদলৈ, আবু ছোফিয়ানক