Author: G Barman: আজি গোসাঁইগাঁও প্ৰেছ ক্লাবত বিয়লিৰ ভাগত আগন্তুক উপ–নিৰ্বাচনক লৈ অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সংবাদ মেল। সংবাদমেলত উপস্থিত থাকে কোকৰাঝাৰ পূব সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰীৰ লগতে জিৰণ বসুমতাৰী। ইউপিপিএলৰ কেন্দ্ৰীয় সম্পাদক ৰাজু কুমাৰ ব্ৰহ্মৰ পৰিচালনাত অনুষ্ঠিত সভাত ইউপিপিএলৰ সাংগঠনিক সম্পাদিকা মফিদা খাতুন, ছিদলী বিধান সভা সমষ্টিৰ বিধায়ক জয়ন্ত