উপ-নিৰ্বাচন : তামোলপুৰ ইউ পি পি এলক এৰি দিব বিজেপিয়ে

1 min read
বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ বিস্ফোৰক মন্তব্য । অসম জাতীয় পৰিষদ দলৰ নীতি আৰু আদৰ্শ নাই । যি দলৰ নীতি আৰু আদৰ্শ নাই সেইদলে ৰাইজৰ কি সেৱা কৰিব বুলিও প্ৰশ্ন কৰে সাংসদ গৰাকীয়ে । আনফালে মিত্ৰতাৰ ধৰ্ম পালন কৰি যোৱা সাধাৰণ নিৰ্বাচনত তামোলপুৰ সমষ্টিটো ইউ পি পি এলক এৰি দিছিল । সেই সূত্ৰ অনুসৰিয়ে উপ-নিৰ্বাচনতো তামোলপুৰ সমষ্টি ইউ পি পি এলক এৰি দিয়া বুলি উল্লেখ কৰে সাংসদ গৰাকীয়ে ।

You May Also Like

More From Author