25.8 C
Assam
Thursday, May 26, 2022

Featured News

বিপিএফৰ সৈতে কোনো মিত্ৰতা নাই বিজেপিৰ : ৰণজিৎ কুমাৰ দাস

Assamese Newsবিপিএফৰ সৈতে কোনো মিত্ৰতা নাই বিজেপিৰ : ৰণজিৎ কুমাৰ দাস
পাঠশালাত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উদ্ধোধন কৰিলে অনন্ত ধাম ৷ উল্লেখযোগ্য যে, পাঠশালাৰ প্ৰয়াত সমাজকৰ্মী হিতেশ তালুকদাৰৰ স্মৃতিত পৰিয়ালবৰ্গই দান বৰঙনিৰে নিৰ্মাণ কৰা এই অনন্ত ধামখনিৰ উদ্ধোধন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ একেদৰে উপ-নিৰ্বাচনৰ সৰ্ন্দভতো মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে ৷ বিপিএফৰে বিজেপিৰ কোনো ধৰণৰ মিত্ৰতা হোৱা নাই বিজেপিৰ মিত্ৰতা অগপ আৰু ইউপিপিএলৰ সৈতেহে আছে বুলি কয় ৰণজিৎ কুমাৰ দাসে ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: