বৰ্খাস্ত হ’ল অবৈধ নিযুক্তি প্ৰাপ্ত তিনি গৰাকী মহিলা কৰ্মচাৰী

1 min read

যোৰহাট বিজ্ঞান-প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ তিনি গৰাকী কৰ্মচাৰীক নিলম্বন। চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ কাৰণ অবৈধ নিযুক্তি। নিলম্বিত তিনি কৰ্মচাৰী ক্ৰমে – অজন্তা দত্ত, বিদ্যাৰ্থী বৰা, আৰু নৱনীতা বৰঠাকুৰ। দীৰ্ঘদিন ধৰি আছুৱে চলাই অহা দাবীৰ পৰিণতিত লোৱা হয় এই সিদ্ধান্ত।

You May Also Like

More From Author