বাঘজানৰ ঘটনা, তিনিচুকীয়াত প্ৰতিবাদী কাৰ্যসূচী

1 min read

তিনিচুকীয়া, ১ জুন: তিনিচুকীয়া জিলাৰ বাঘজান তৈলখাদৰ ঘটনা সম্পৰ্কত তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত আজি মৰাণ জনজাতিৰ অভিভাৱক সংগঠন, অসম মৰাণ সভাৰ লগতে মহিলা সংগঠন মৰাণ জাতীয় মহিলা পৰিষদৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । কৰ’না ভাইৰাছ মহামIৰীৰ চৰকাৰী নিৰ্দেশনা মানি সামাজিক দূৰত্ব বৰ্তাই হাতে -হাতে প্লে-কাৰ্ড লৈ অইলৰ বিৰুদ্ধে সংগঠন কেইটাই প্ৰতিবাদ সাব্যস্ত কৰে ।

You May Also Like

More From Author