23.2 C
Assam
Monday, May 29, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

তুলসীৰ ওচৰত এইসমূহ বস্তু থাকিব নালাগে

Assamese Newsতুলসীৰ ওচৰত এইসমূহ বস্তু থাকিব নালাগে

এই কথা মন কৰিব লাগে যে-তুলসী উদ্ভিদ যি ঠাইত আছে,সেই ঠাই চাফ-চিকুন হব লাগে।যদি তুলসী শুকাই গৈছে বা মৰহি গৈছে-তেন্তে-ইয়াৰ কাৰণ অশুদ্ধতাৰ বাবেও হব পাৰে।সেইবাবে-প্ৰতিদিন-তুলসীৰ আশে-পাশে চাফ-চিকুন কৰিব লাগে।গাওঁত-আজিও মহিলাসকলে-প্ৰতিদিন তুলসীৰ আশে-পাশে গৰুৰ গোবৰ আৰু মাটিৰে লেপন দিয়ে।

*তুলসীৰ ওচৰত ঝাড়ু বা চেণ্ডেল-জোতা ৰাখিব নালাগে।বহুলোকে-তুলসীৰ লগত-অন্য ফুল-পাত ৰূপন কৰে,যি শুদ্ধ নহয়।তুলসী ঁটাৱত লগালে-সেই টাৱত অন্য ফুল-ৰূপন কৰিব নালাগে।ইয়াৰ দ্বাৰা তুলসী বিকাশ নহয়,আৰু তুলসী শুকাবলৈ ধৰে।জলত-গাখীৰ মিহলাই-তুলসীত জল দিলে-তুলসী স্বস্থ্য আৰু সেউজীয়া হৈ ধুনীয়া হৈ থাকে।

*ৰাত্ৰিত-তুলসীত জল দিব নালাগে!

বহুবাৰ দেখা যায় যে-আবেলি পৰত-বহুলোকে-তুলসীৰ তলত চাকি জ্বলোৱাৰ সময়ত-জল অৰ্পণ কৰে।আবেলি সময়ত-তুলসীক জল অৰ্পণ কৰাটো শুভ নহয়।তুলসীত-পুৱা স্নান কৰিয়েই-জল অৰ্পণ কৰিব লাগে।আৰু তুলসীৰ ওচৰত-পাত্ৰত পানী ৰাখিব নালাগে।তুলসীৰ তলত চাকি জ্বলালে-প্ৰতিদিনে-সেই চাকি নুমাই যোৱাৰ পাছত-তুলসীৰ তলৰ পৰা আঁতৰাই দিব লাগে।তুলসীৰ তলত-নুমাই যোৱা চাকি ৰাখিব নালাগে।

*চুলি মেলি-তুলসীৰ ওচৰলৈ যাব নালাগে!

প্ৰায়ে-মহিলায়ে-স্নান কৰাৰ পাছত-চুলি মেলি-তুলসীক জল দিবলৈ আহে।যি ভুল হয়।তুলসীক সদায়ে-ভগৱান বিষ্ণুৱে-বিবাহিত হৈ থাকিবলৈ বৰদান দিছে।আৰু সেইবাবে তুলসীক-ভগৱান বিষ্ণুৱে শিৰত স্থান প্ৰদান কৰিছে।সৌভাগ্য বৃদ্ধিৰ বাবে-চুলিক বান্ধি আৰু শিৰত সেন্দূৰ লৈ-তুলসীত জল অৰ্পণ কৰিব লাগে।চুলি মেলা থাকিলে-তুলসীত চুলি পৰিলে আৰু তিতা চুলিৰপৰা পানী পৰাৰ আশংকা থাকে-যাক শুভ মনা নহয়।

*চুনৰিৰ ৰাখিব লাগে ধ্যান-

ঘৰত-তুলসীক চুনৰি দি ৰখা হয়।কিন্তু এই কথা-ধ্যান ৰখা নহয় যে-তুলসীৰ চুনৰি বহু পুৰণি হৈ গলে-ফাটি যায়।একাদশী বা অন্য কোনো শুভ দিৱসত-তুলসীৰ চুনৰি সলনি কৰি দিব লাগে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!