25.7 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

হঠাতে কোনো কাৰণ নোহোৱাকৈ মূৰ ঘুৰাই? ই এক বিপদজনক লক্ষণ হ’ব পাৰে

Assamese Newsহঠাতে কোনো কাৰণ নোহোৱাকৈ মূৰ ঘুৰাই? ই এক বিপদজনক লক্ষণ হ'ব পাৰে

হঠাতে কোনো কাৰণ নোহোৱাকৈ মূৰ ঘুৰাই ধলি পৰাৰ ৪ টা ডাঙৰ কাৰণ আছে৷ সেই কেইটা হ’লঃ

১. নিম্ন ৰক্তচাপ

মূৰ ঘুৰাই ধলি পৰাৰ মুখ্য কাৰণ হৈছে নিম্ন ৰক্তচাপ। এইটো বিশেষকৈ সেই লোকসকলৰ বেছি হয়, যি সকলৰ বয়স ৬৫ বছৰতকৈ অধিক হয়।

২. ডিহাইড্ৰেশ্যন

যেতিয়া মানুহৰ শৰীৰ ডিহাইড্ৰেটেড হয়, তেতিয়া পানীৰ পৰিমাণ হ্ৰাস হয় আৰু ৰক্তচাপ হ্ৰাস হোৱাৰ ফলত মূৰ ঘুৰাই ধলি পৰাৰ আশংকা বৃদ্ধি হয়।

৩. মধুমেহ

সাধাৰণতে মধুমেহ ৰোগীসকলৰ ক্ষেত্রত হঠাতে মূৰ ঘুৰাই ধলি পৰাৰ সম্ভাৱনা অধিক হয়, কিয়নো যদি মধুমেহ ৰোগীৰ অধিক প্ৰস্ৰাৱ কৰি থকাত শৰীৰত ডিহাইড্ৰেশ্যনৰ আশংকা অধিক হয়।

৪. হৃদৰোগ

হৃদৰোগক মূৰ ঘুৰাই ধলি পৰাৰ এক গুৰুত্বপূৰ্ণ কাৰণ বুলিও গণ্য কৰা হয়, কিয়নো যেতিয়া এনে হয়, মগজুলৈ তেজৰ যোগান প্ৰভাৱিত হয়। এই ধৰণৰ মূৰ ঘুৰাই ধলি পৰাক চিকিৎসাৰ ভাষাত কাৰ্ডিয়াক চিনকোপ বুলি কোৱা হয়।

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!