Video||ভকত-বৈষ্ণৱৰ পদধূলাই পৱিত্ৰ কৰিলে বকলীয়াঘাটৰ ভূমি ৷

Video||ভকত-বৈষ্ণৱৰ পদধূলাই পৱিত্ৰ কৰিলে বকলীয়াঘাটৰ ভূমি ৷

ভকত-বৈষ্ণৱৰ য়ে-পদুলিয়ে ধূপ-ধূনা-বন্তি জ্বলাই গৃহষ্ঠই ভকত বৈষ্ণৱৰ পৰা আৰ্শীবাদ লোৱা দেখা পোৱা যায় ৷ শোভাযাত্ৰাৰ সময়ত অাটক ধুনীয়াকৈ সজ্জিত কৰি লোৱা বাহনৰ ওপৰত উঠি বালি-সুগ্ৰীবৰ যুদ্ধ, শ্ৰীকৃষ্ণ-যাম্বুৱন্তৰ যুদ্ধ আৰু ৰাম-লক্ষ্মনৰ বনবাসলৈ যোৱা ভাওদিয়া দৃশ্যই ভকত ৰাইজক মুগ্ধ কৰা পৰিলক্ষিত হয় ৷ সন্ধ্যা চিকাৰীপথাৰ ৰাইজৰ দ্বাৰা অঙ্কীয়া ভাওনা প্ৰদৰ্শনেৰে অধিবেশনখনি সামৰণি পৰিব ৷ শঙ্কৰদেৱৰ আদৰ্শৰে বৃহত্তৰ অসমীয়া সমাজ অনুপ্ৰাণিত হওক ৷

নিউজ ডেক্স ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.