|| Video || Assam Along with Nagaon stands against Citizenship Bill 2016.
নগাঁৱতো গণ সত্যাগ্ৰহ কাৰ্যসূচী ।
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী ।
৭০ টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ প্ৰবল প্ৰতিবাদ ।
বিধেয়ক বাতিল নকৰিলে তীব্ৰ আন্দোলনৰ ভাবুকি ।