Video-Rahul Gandhi visited Health city Hospital at Khanapara Guwahati
কংগ্ৰেছ নেতা ভূপেন বৰাৰ পিতৃ বগিৰাম বৰাৰ স্বাস্হ্যৰ বুজ লবলৈ Health city হাস্পতালত উপস্হিত হয় ৰাহুল গান্ধী ।এসপ্তাহ ধৰি চিকিৎসাধীন হৈ আছে বগিৰাম বৰা।কেইবাটাও ৰোগত আক্ৰান্ত হৈ বৰা চিকিৎসাধীন হৈ আছে হাস্পতালখনত।
#rahulgandhi #healthcity #guwahatitimesmedia