লাখটকীয়াত ড্রাগ্ছসহ মহিলাক গ্রেপ্তাৰ

লাখটকীয়াত ড্রাগ্ছসহ মহিলাক গ্রেপ্তাৰ

পাণবজাৰ আৰক্ষীয়ে আজি লাখটকীয়াৰ ২নং গেটত অভিযান চলাই ড্রাগ্ছসহ এগৰাকী মহিলাক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত ২নং গেটত অভিযান চলাই জায়েদা খাতুন নামৰ ড্রাগ্ছ ব্যৱসায়ী মহিলাগৰাকীক গ্রেপ্তাৰ কৰাৰ লগতে ১১টা ড্রাগ্ছভর্তি কনটেইনাৰ জব্দ কৰে৷ জব্দকৃত কনটেইনাৰকেইটাত ব্রাউন ছুগাৰ থকা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে৷

Source- Niyomiabarta

Jenifer

Hi, I'm **Jenifer Aziz**. I completed my **Master's in Mass Communication from Gauhati University in 2019**. Currently, I work as a **Freelance Journalist with Guwahati Times**, where I cover a variety of news stories with a focus on delivering accurate, engaging, and well-researched content. I am passionate about storytelling and committed to responsible journalism that keeps readers informed with timely and credible reporting.

Related