নতুন চিনেমাৰ কামত ব্যস্ত জুবিন গাৰ্গঃ সাংবাদিকৰ ৰূপৰ জুবিন

নতুন চিনেমাৰ কামত ব্যস্ত জুবিন গাৰ্গঃ সাংবাদিকৰ ৰূপৰ জুবিন

নতুন চিনেমাৰ কামত ব্যস্ত হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। কামৰ মাজতে কামপুৰৰ কপিলী নৈত সাতুৰিলে জুবিনে। ৰাজনীতিক বিষয় হিচাপে লৈ নিৰ্মাণ হ’বলগীয়া পৰৱৰ্তী চিনেমাত জুবিনে এগৰাকী সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিব।

ইপিনে সমগ্ৰ বিশ্বত সাংবাদিকৰ ৰূপ সলনি হোৱা বুলি মন্তব্য কৰি জুবিনে লগতে কয় যে সমাজত এতিয়াও সত, নিৰ্ভীক আৰু সাহসী সাংবাদিক আছে।

SOURCE – NIYOMIABARTA

Jenifer

Related