জুবিন গাৰ্গৰ ৪৮ সংখ্যক জন্মদিনঃ পাপন, জাভেদ আলী, হিমাৰ শুভেচ্ছা

জুবিন গাৰ্গৰ ৪৮ সংখ্যক জন্মদিনঃ পাপন, জাভেদ আলী, হিমাৰ শুভেচ্ছা

গুৱাহাটীঃ আজি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৪৮ সংখ্যক জন্মদিন। ৰাইজৰ হিয়াৰ আমঠু শিল্পীগৰাকীক শুভেচ্ছা জনাই শিল্পীসকলে প্ৰস্তুত কৰিছে এটি বিশেষ ভিডিঅ’। ভিডিঅ’টোৰ জৰিয়তে জন্মদিনৰ ওলগ জনাইছে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জাভাদ আলী, অংগৰাগ পাপন মহন্ত, জয় বৰুৱা, দীক্ষু, ধিং এক্সপ্ৰেছ হিমা দাসকে ধৰি কেইবাগৰাকীও শিল্পীয়ে।

ইপিনে, জুবিনৰ অনুৰাগীসকলে প্ৰিয় শিল্পীগৰাকীলৈ জনাইছে জন্মদিনৰ শুভকামনা।

 

GTM Desk

Related