নগাঁৱৰ জাজৰিত পথ দূঘটনা।
নগাঁৱৰ জাজৰিত পথ দূঘটনা।
জানিব পৰা মতে জাজৰি বগৰিগুৰী পৰা আহিছিল গাড়ী খন।
এখন ব্যৱসায়ী দোকানত খুন্দা মৰে AS-12V-3704 নম্বৰৰ বাহন খনে।
খুন্দা মৰাৰ ফলতে দুজন লোক গুৰুত্বৰ ভাৱে আহত হয়।
জানিৱ পৰা মতে আহত সকলক গুৱাহাটীলৈ প্ৰেৰণ কৰিছে।