৫কোটি কোৰোনা ভেকচিন সাজু, মূল্য ৪৩০-৫৮৪টকা

৫কোটি কোৰোনা ভেকচিন সাজু, মূল্য ৪৩০-৫৮৪টকা

ছিৰাম ইষ্টিটিউটে প্ৰস্তুত কৰা কোৰোনা ভেকচিন এষ্টাজেনেকা বিক্ৰীৰ বাবে অনুমোদন লাভ কৰাৰ পাছত ভেকচিনৰ মূল্যৰ সন্দৰ্ভত ঘোষণা কৰিছে প্ৰতিষ্ঠানটোৱে। এছ আই আইয়ে শেহতীয়াকৈ সদৰি কৰা অনুসৰি, ভেকচিনৰ এটা ড’জ ২১৯-২৯২টকা হব যদিও সেই ভেকচিন বজাৰত ৪৩০-৫৮৪টকাৰ বিনিময়ত কিনিব পাৰিব গ্ৰাহকসকলে। প্ৰতিষ্ঠানটোৱে বৰ্তমানলৈকে ৫কোটি ডজ ভেকচিন প্ৰস্তুত কৰিছে। প্ৰতিষ্ঠানটোৱে সদৰি কৰা অনুসৰি এই ভেকচিন খিনি ভাৰতৰ লগতে চুবুৰীয়া দেশ সমূহত বিক্ৰী কৰা হব।

GTM Desk

Related