21.8 C
Assam
Sunday, February 5, 2023

Featured News

ছোৱালীৰ বিবাহৰ উপযুক্ত বয়স এতিয়াৰে পৰা ১৮ নহয় ২১ বছৰ

এতিয়াৰে পৰা ছোৱালীক ১৮ বছৰত নহয় ২১বছৰতহে...

থানাৰ সন্মুখত পত্নী-সন্তানৰ কান্দোনৰ ৰোল, আত্মহত্যাৰ ভাবুকি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ টুইট৷...

অসম জ্বলিছে। Visuals from Golaghat & Moran.

Top Newsঅসম জ্বলিছে। Visuals from Golaghat & Moran.

অসম জ্বলিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক ক লৈ সমগ্ৰ অসম ত উত্তপ্ত পৰিস্থিতি হৈ থকাৰ সন্ধিক্ষণতে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং অসমলৈ আহিব। নিশা প্ৰায় ৯ বজাত ডিব্ৰুগড় বিমানবন্দৰ ত উপস্থিত হব সিং। নিশা ডিব্ৰুগড়তে কটাই কাইলৈ পুৱা অৰুণাচল প্ৰদেশ ভ্ৰমন কৰিব তেওঁ। বিয়লিভাগত ডিগবৈ ৰ এক অনুষ্ঠানতো অংশ লব গৃহমন্ত্ৰী গৰাকীয়ে। অসম ৰ এনে পৰিস্থিতিত গৃহমন্ত্ৰীৰ অসম ভ্ৰমনে বিশেষ তাৎপৰ্য বহন কৰিছে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!