অসম জ্বলিছে। Visuals from Golaghat & Moran.

1 min read

অসম জ্বলিছে। নাগৰিকত্ব সংশোধনী বিধেয়ক ক লৈ সমগ্ৰ অসম ত উত্তপ্ত পৰিস্থিতি হৈ থকাৰ সন্ধিক্ষণতে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিং অসমলৈ আহিব। নিশা প্ৰায় ৯ বজাত ডিব্ৰুগড় বিমানবন্দৰ ত উপস্থিত হব সিং। নিশা ডিব্ৰুগড়তে কটাই কাইলৈ পুৱা অৰুণাচল প্ৰদেশ ভ্ৰমন কৰিব তেওঁ। বিয়লিভাগত ডিগবৈ ৰ এক অনুষ্ঠানতো অংশ লব গৃহমন্ত্ৰী গৰাকীয়ে। অসম ৰ এনে পৰিস্থিতিত গৃহমন্ত্ৰীৰ অসম ভ্ৰমনে বিশেষ তাৎপৰ্য বহন কৰিছে ।

You May Also Like

More From Author