fbpx
October 27, 2021

অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা বিভিন্ন দুষ্পাপ্য প্ৰজাতিৰ ২৫ টা বন্যপ্ৰাণী বহি ৰাজ্যলৈ সৰবৰাহ কৰাৰ গুৰুতৰ অভিযোগ

অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা বিভিন্ন দুষ্পাপ্য প্ৰজাতিৰ ২৫ টা বন্যপ্ৰাণী বহি ৰাজ্যলৈ সৰবৰাহ কৰাৰ গুৰুতৰ অভিযোগ । অভিযোগ উত্থাপন কৰিলে চিৰিয়াখানা সুৰক্ষা মঞ্চ ৰ সভাপতি ৰাজকুমাৰ বৈশ্যই। আজি নিশা প্ৰায় ০৮.০০ বজাৰ পাছত চাৰিখন ট্ৰাক যোগে বন্যপ্ৰাণী কেইটাক সৰবৰাহ কৰাৰ অভিযোগ উত্থান কৰে বৈশ্যই।

Watch Video

error: Content is protected !!
%d bloggers like this: