26.2 C
Assam
Tuesday, August 16, 2022

Featured News

এই বন্ধৰ প্ৰতি পূৰ্ণসমৰ্থন আগবঢ়ায়ছে বকলীয়াঘাটবাসী ৰাইজে ৷Bokoliyaghat People supports Bandh !

Top Newsএই বন্ধৰ প্ৰতি পূৰ্ণসমৰ্থন আগবঢ়ায়ছে বকলীয়াঘাটবাসী ৰাইজে ৷Bokoliyaghat People supports Bandh !

কেন্দ্ৰীয় আৰু অসম চৰকাৰে অসমৰ জনসাধাৰণৰ জনমতক প্ৰত্যাখান কৰি বলপূৰ্বক জাতিধ্বংসী নাগৰিকত্ব সংশোধনী-২০১৬ বিধেয়কখন জাপি দিব বিচৰা কাৰ্যৰ বিৰোদ্ধে প্ৰতিবাদ কৰি আছুকে ধৰি ৩০টা সংগঠনে যৌথভাৱে আহ্বান জনোৱা অসম বন্ধ বকলীয়াঘাটত সৰ্বাত্মকৰূপত দেখিবলৈ পোৱা গল ৷ এই বন্ধৰ প্ৰতি পূৰ্ণসমৰ্থন আগবঢ়ায়ছে বকলীয়াঘাটবাসী ৰাইজে ৷ ৰাতিপুৱাৰ পৰা দোকান-পোহাৰ সমূহ বন্ধ দেখিবলৈ পোৱা যায় ৷ অৱশ্য আজি বকলীয়াঘাটত নগৰ সমিতিৰ নিৰ্বাচন অনুষ্ঠিত হৈ থকাত ভোট কেন্দ্ৰ সমুহত ৰাইজৰ কিছু ভিৰ হোৱা পৰিলক্ষিত হয় ৷

নিউজ ডেক্স ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: