‘চলচ্চিত্ৰম’ৰ উদ্যোগত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। বিগত বৰ্ষৰ দৰে এইবাৰো তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ। ‘চলচ্চিত্ৰম’ৰ উদ্যোগত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হ’ব অহা ১ মাৰ্চ ২০১৯ ৰ পৰা। এই সন্দৰ্ভত গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰে সংবাদমেল। ষ্টাফ ৰিপৰ্ট, গুৱাহাটী টাইমচ