24.3 C
Assam
Tuesday, August 16, 2022

Featured News

দীঘলীপুখুৰী পাৰৰ পৰা জোৰ লৈ সমদল ৭০ সংগঠনৰ।

Top Newsদীঘলীপুখুৰী পাৰৰ পৰা জোৰ লৈ সমদল ৭০ সংগঠনৰ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আৰু ৭০ টা জাতীয় সংগঠনৰ সহযোগত ,নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ অসমজুৰি ৰূপায়ন কৰা হয় ‌জোৰ সমদলৰ।
গুৱাহাটী মহানগৰীতো , কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত দীঘলীপুখুৰী পাৰৰ পৰা আৰম্ভ কৰা হয় এই কাৰ্য্যসূচী।

গুৱাহাটীৰ পৰা দিপাঞ্জলী শৰ্মাৰ ৰিপৰ্ট, গুৱাহাটী টাইমচ ।

 

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: