দৰ্শণাৰ্থীৰ বাবে বন্ধ ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান

মঙলদৈ, ১৮, মে’ : অহা ২০ মে’ৰ পৰা দৰ্শনাৰ্থী তথা পৰ্যটক সকলৰ বাবে বন্ধ থাকিব ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান । শুক্ৰবাৰে মঙলদৈ বন সংমণ্ডলৰ ( বন্যপ্ৰাণী) তৰফৰ পৰা এক জাননীৰ জৰিয়তে এই কথা জনোৱা হৈছে ।পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত পৰ্যটক, দৰ্শনাৰ্থী সকলে এই সময় ছোৱাত উদ্যান খন পৰিদৰ্শন কৰিব নোৱাৰিব ।

মকছেদ আলি Report-GTM

Leave a Reply

Your e-mail address will not be published. Required fields are marked *

error: Content is protected !!