25.8 C
Assam
Wednesday, September 28, 2022

Featured News

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু,উত্তপ্ত পৰিস্থিতি

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি।...

Appointment letters distributed in BTR

A total of 146 persons were appointed...

Young Indians Guwahati Chapter observes Climate Action Week

 Young Indians, the youth wing of the...

ধিঙত পিষ্টলসহ এজনক অাটক ।

Top Newsধিঙত পিষ্টলসহ এজনক অাটক ।

ধিঙত পিষ্টলসহ এজনক অাটক ।

নগাওঁ জিলা উপ অাৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত ধিং অাৰক্ষীয়ে অভিযান চলায় বুধবাৰে ধিঙৰ ৰৌমাৰীৰ পৰা ইজাজুল হক নামৰ এটা দুধৰ্ষ অপৰাধীক অাটক কৰে । অপৰাধীটোৰ পৰা বিদেশত নিৰ্মিত এটা পিষ্টল , এটা মেগজিন অাৰু মবাইল হেণ্ডচেট উদ্ধাৰ কৰে । ইতিমধ্যে ধিং অাৰক্ষীয়ে দুধৰ্ষ অপৰাধীটোক জেৰা অব্যাহত ৰাখিছে । ধিঙত সঘনাই অত্যাধুনিক মাৰনাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

নগাঁৱৰ পৰা আদিল শ্বাহ গুৱাহাটী টাইমচ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: