fbpx
December 15, 2020

নগাঁও মহখুলীত বিধ্বংসী অগ্নিকাণ্ড

নেকিবুৰ ৰহমান নামৰ লোক এজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ৷
নিশা সংঘটিত এই অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভষ্মীভূত হয় নেকিবুৰৰ বাসগৃহটো ৷
অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হয় প্ৰায় সাত লাখ টকাৰ সম্পত্তি ৷
কেনেদৰে অগ্নিকাণ্ড সংঘটিত হ’ল সেই কথা এতিয়া নিশ্চিত কৰিব পৰা নাই ৷

error: Content is protected !!
%d bloggers like this: