নগাঁৱত দিল্লী আৰক্ষী-অসম আৰক্ষীৰ যুটীয়া অভিযান

বেঙেনাআটিৰ পৰা গ্ৰেপ্তাৰ দুই বৃহৎ ড্ৰাগছ ব্যৱসায়ী*
ব্যৱসায়ীদ্বয়ৰ পৰা জব্দ হৈছে ২৩.৫ কেজি হেৰ’ইন*
গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ীদ্বয় ক্ৰমে সামৰ্থ ভানু আৰু ধনজী গুপ্তা*
সামৰ্থ ভানু নামৰ মহিলাগৰাকীৰ ঘৰ নগাঁৱৰ বেঙেনাআটিত*
ধনজী গুপ্তাৰ ঘৰ বিহাৰত*
ৰাজ্যত এয়া সৰ্ববৃহৎ ড্ৰাগছ জব্দ হোৱা অভিযান*

👉 *নগাঁৱত দিল্লী আৰক্ষী-অসম আৰক্ষীৰ যুটীয়া অভিযান*👉 *বেঙেনাআটিৰ পৰা গ্ৰেপ্তাৰ দুই বৃহৎ ড্ৰাগছ ব্যৱসায়ী**👉 ব্যৱসায়ীদ্বয়ৰ পৰা জব্দ হৈছে ২৩.৫ কেজি হেৰ'ইন*👉 *গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ীদ্বয় ক্ৰমে সামৰ্থ ভানু আৰু ধনজী গুপ্তা*👉 *সামৰ্থ ভানু নামৰ মহিলাগৰাকীৰ ঘৰ নগাঁৱৰ বেঙেনাআটিত*👉 *ধনজী গুপ্তাৰ ঘৰ বিহাৰত*👉 *ৰাজ্যত এয়া সৰ্ববৃহৎ ড্ৰাগছ জব্দ হোৱা অভিযান*👉 *ডিমাপুৰলৈ নিয়াৰ কথা আছিল হেৰ'ইনখিনি*Adil Shah Alam report, Nagaon.

Gepostet von Guwahati Times গুৱাহাটী টাইমচ am Mittwoch, 13. März 2019

ডিমাপুৰলৈ নিয়াৰ কথা আছিল হেৰ’ইনখিনি*

Adil Shah Alam report, Nagaon.

Leave a Reply

Your e-mail address will not be published. Required fields are marked *

error: Content is protected !!