নগাঁৱত দিল্লী আৰক্ষী-অসম আৰক্ষীৰ যুটীয়া অভিযান

নগাঁৱত দিল্লী আৰক্ষী-অসম আৰক্ষীৰ যুটীয়া অভিযান

বেঙেনাআটিৰ পৰা গ্ৰেপ্তাৰ দুই বৃহৎ ড্ৰাগছ ব্যৱসায়ী*
ব্যৱসায়ীদ্বয়ৰ পৰা জব্দ হৈছে ২৩.৫ কেজি হেৰ’ইন*
গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ীদ্বয় ক্ৰমে সামৰ্থ ভানু আৰু ধনজী গুপ্তা*
সামৰ্থ ভানু নামৰ মহিলাগৰাকীৰ ঘৰ নগাঁৱৰ বেঙেনাআটিত*
ধনজী গুপ্তাৰ ঘৰ বিহাৰত*
ৰাজ্যত এয়া সৰ্ববৃহৎ ড্ৰাগছ জব্দ হোৱা অভিযান*

ডিমাপুৰলৈ নিয়াৰ কথা আছিল হেৰ’ইনখিনি*

Adil Shah Alam report, Nagaon.

Md Elias Ali

I am **Md Elias Ali**, the **Managing Editor & Co-Founder of Guwahati Times**, a leading digital news platform based in Guwahati, Assam. With over **five years of experience in the media and digital news industry**, I specialize in editorial leadership, digital journalism, content strategy, and newsroom management. Beyond journalism, I am a **technologist, social media strategist, graphic designer, educator, and author**. I am passionate about leveraging technology and creativity to drive digital innovation, build impactful media brands, and deliver credible, engaging content to audiences across Northeast India and beyond.