21.8 C
Assam
Sunday, February 5, 2023

Featured News

ছোৱালীৰ বিবাহৰ উপযুক্ত বয়স এতিয়াৰে পৰা ১৮ নহয় ২১ বছৰ

এতিয়াৰে পৰা ছোৱালীক ১৮ বছৰত নহয় ২১বছৰতহে...

থানাৰ সন্মুখত পত্নী-সন্তানৰ কান্দোনৰ ৰোল, আত্মহত্যাৰ ভাবুকি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ টুইট৷...

নগাঁৱত বিজয় উল্লাস ব্যৱসায়ী সন্হাৰ আৰু অখিল ভাৰতীয় বিদ‌্যথী পৰিষদে

Top Newsনগাঁৱত বিজয় উল্লাস ব্যৱসায়ী সন্হাৰ আৰু অখিল ভাৰতীয় বিদ‌্যথী পৰিষদে

ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰি যোগ্য প্ৰত্যুত্তৰ দিয়াৰ নগাঁৱতো বিজয় উল্লাস প্ৰদৰ্শন কৰে ব্যৱসায়ী সন্হাই । নগাঁৱৰ হয়বৰগাঁৱৰ ব্যৱসায়ী সন্হাই আতচবাজী ফুটাই ভাৰতীয় প্ৰতিৰক্ষা বিভাগ তথা বায়ু সেনা বাহিনীক এই প্ৰত্যুত্তৰৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । ইফালে এই বিজয়ৰ বাবে মিঠাইও বিতৰণ কৰে ব্যৱসায়ীসকলে ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!