fbpx
November 14, 2018

নগাঁৱৰ অগপ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি ।

নগাঁৱৰ অগপ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি । প্ৰাৰ্থিত্বকেন্দ্ৰিক ক্ষোভ একাংশ দলীয় কৰ্মীৰ । জুৰীয়াৰ চতিয়ান গাঁও পঞ্চায়তৰ ক্ষুব্ধ কৰ্মীয়ে ঘেৰাও কৰে নগাঁও অগপৰ কাৰ্যালয় । আৰক্ষী মোতায়েন ।

error: Content is protected !!
%d bloggers like this: