26.1 C
Assam
Friday, August 19, 2022

Featured News

নগাঁৱৰ তেলীয়াগাঁৱত চাঞ্চল্য ।

Top Newsনগাঁৱৰ তেলীয়াগাঁৱত চাঞ্চল্য ।

এইবাৰ মৃত নৱজাতক নহয় ।

চুৱাপাতনিত উদ্ধাৰ হৈছে জীৱিত নৱজাতক ।

নগাঁৱৰ টাউন তেলীয়াগাঁৱত এই ঘটনা ।

মণিৰাম নাথ নামৰ লোকজনৰ ঘৰৰ চুৱাপাতনিত উদ্ধাৰ হয় এই নৱজাতকটি ।

ক্ৰন্দন শুনি নৱজাতকটিক উদ্ধাৰ কৰি গাঁওবুঢ়াৰ উপস্থিতিত আৰক্ষীক চমজাই দিয়ে মণিৰাম নাথৰ পৰিয়াল আৰু প্ৰতিৱেশী একাংশ লোকে ।

সম্প্ৰতি চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে নৱজাতকটিক ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: