21.8 C
Assam
Sunday, February 5, 2023

Featured News

ছোৱালীৰ বিবাহৰ উপযুক্ত বয়স এতিয়াৰে পৰা ১৮ নহয় ২১ বছৰ

এতিয়াৰে পৰা ছোৱালীক ১৮ বছৰত নহয় ২১বছৰতহে...

থানাৰ সন্মুখত পত্নী-সন্তানৰ কান্দোনৰ ৰোল, আত্মহত্যাৰ ভাবুকি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ টুইট৷...

নগাঁৱৰ মৰঙ্গীয়ালৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড কামৰুজ জামানক গ্ৰেপ্তাৰৰ দাবীত নগাঁৱত প্ৰতিবাদী সমদল ।

Top Newsনগাঁৱৰ মৰঙ্গীয়ালৰ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড কামৰুজ জামানক গ্ৰেপ্তাৰৰ দাবীত নগাঁৱত প্ৰতিবাদী সমদল ।

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা গৃহ বিভাগ এতিয়া কাৰ নিৰ্দেশত চলে ? জনতাৰ সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষীয়ে এতিয়া ব্যস্ত হত্যাকাণ্ডত জড়িত মূল অভিযুক্তক ৰক্ষণা-বেক্ষণ দিয়াত । যাৰবাবে উপায়ন্তৰ হৈ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে ।
নগাঁৱৰ পৰা আদিল শ্বাহ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!