বজালীৰ বাংলীপাৰাৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ বাছ দুৰ্ঘটনা।

দেওবাৰে সংঘটিত পথ দুৰ্ঘটনাত আহত কেইবাজনো যাত্ৰী ।

মুষলধাৰ বৰষুণৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দিভাইডাৰত উঠিল বাছ।

আহত সকলক পাঠশালাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি।

গুৱাহাটীৰ পৰা বৰপেটা অভিমুখে গৈ আছিল যাত্ৰী ভৰ্তি বাছখন।