
শ্বিলঙৰ ‘লাবান’ত কাৰ্বি ভৱন কাৰ্বি ‘হেমতুন’ মুকলি

১০০ ছাত্ৰৰ বাবে কাৰ্বি ছাত্ৰাৱাসৰ আধাৰশিলা স্থাপন

স্থাপন হ’ল ব্যৱসায়িক প্ৰকল্পৰো আধাৰশিলা

অনুষ্ঠানত উপস্থিত অসম-মেঘালয়ৰ মুখ্যমন্ত্ৰী ক্ৰমে হিমন্ত বিশ্ব শৰ্মা, কনৰাড চাংমা

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাঙো উপস্থিত থাকে অনুষ্ঠানত