33.3 C
Assam
Saturday, May 28, 2022

Featured News

AHSEC releases reschedule dates for HS First-year students; to start from June 6

The Assam Higher Secondary Education Council (AHSEC)...

Centre releases Rs 324 crore advance from SDRF for flood-hit Assam

The Central government has released an advance...

সন্ধানহীন : লংকা উদালীৰ মনেশ্বৰ নাথ নামৰ ৪৮ বছৰীয়া এই লোকজন যোৱা ১৩ মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে ।

Top Newsসন্ধানহীন : লংকা উদালীৰ মনেশ্বৰ নাথ নামৰ ৪৮ বছৰীয়া এই লোকজন যোৱা ১৩ মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে ।


সন্ধানহীন

লংকা উদালীৰ মনেশ্বৰ নাথ নামৰ ৪৮ বছৰীয়া এই লোকজন যোৱা ১৩ মাৰ্চৰ পৰা সন্ধানহীন হৈ আছে । নগাঁৱৰ কাছমাৰীৰ ভতিজাকৰ ঘৰৰ পৰা নিজ গৃহ লংকালৈ বুলি ওলাই অহাৰ পিছৰে পৰা লোকজন সন্ধানহীন হৈ আছে । ৫ ফুট ৬ ইঞ্চি উচ্চতাৰ বগা বৰণৰ এই নিৰুদিষ্ট লোকজনৰ সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে স্হানীয় হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও বাতৰি যুগুতোৱাৰ পৰলৈকে লোকজনৰ কোনো সন্ধান ওলোৱা নাই । কোনো লোকে লোকজনৰ কিবা সম্ভেদ লাভ কৰিলে স্হানীয় আৰক্ষীৰ সৈতে যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকসকলে অনুৰোধ জনাইছে ।

Adil Shah Alam report, Nagaon.

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: